HeadLines

Loading...

ভাৰতীয় ৰে'লৱেয়ে প্ৰকাশ কৰিলে ৰে'লৰ সময়সূচী | গল্প কাহিনী কার্টুন | Assamese Romantic Love story

ভাৰতীয় ৰে'লৱেয়ে প্ৰকাশ কৰিলে ৰে'লৰ সময়সূচী


Indian Railways: Full list of special trains starting today, stoppages, timings
যাত্ৰীবাহী ৰে'লৰ পুনৰ চলাচলৰ বাবে সম্পূৰ্ণ সাজু ভাৰতীয় ৰে'লৱে !
ভাৰতীয় ৰে'লৱেয়ে প্ৰকাশ কৰিলে ৰে'লৰ সময়সূচী । আজিৰে পৰা আৰম্ভ হ'ব যাত্ৰীবাহী ৰে'লৰ পুনৰ চলাচল ।

মঙলবাৰৰ পৰা যাত্ৰীবাহী ৰে'লৰ চলাচল আংশিকভাৱে আৰম্ভ হ'ব । COVID-19 সংক্ৰমণৰ পৰা পৰিত্ৰাণ 
পাবলৈ দেশত জাৰি কৰা লক্ ডাউনৰ ফলত ডেৰ মাহৰো অধিক কাল স্তব্ধ হৈ আছিল যাত্ৰীবাহী ৰে'লৰ চলাচল ।

অৱশ্যে, লক ডাউনৰ সময়ত যাতে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি নহয়, তাৰ বাবে ৰে'লৱেয়ে অব্যাহত 
ৰাখিছিল মালবাহী ৰে'লৰ চলাচল । এই সময়চোৱাত সমগ্ৰ এপ্ৰিল মাহত সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছিল যাত্ৰীবাহী 
ৰে'ল ।আনহাতে মে' মাহত কোনো ৰাজ্যৰ পৰা আন আন ৰাজ্যত কাম কৰিবলৈ গৈ আবদ্ধ হৈ থকা শ্ৰমিক 
সকলক নিজ ৰাজ্যত থবলৈ "শ্ৰমিক"বিশেষ ৰে'লৰ ব্যৱস্থা কৰিছিল ।মে'ৰ 10 তাৰিখে ৰে'লৱেয়ে ঘোষণা 
কৰিছিল 15 খন যাত্ৰীবাহী ৰে'লৰ চলাচল কৰাৰ কথা । এই ৰে'লৰ টিকটৰ বুকিং সোমবাৰৰ পৰা আৰম্ভ 
কৰিছিল । ৰে'লৰ সময়সূচীমঙলবাৰৰ পৰা চলিব লগীয়া ৰে'ল সমূহে দিল্লীক সংযোগ কৰি ডিব্ৰুগড়, আগৰতলা,
 হাওৰা, পাটনা, বিলাসপুৰ, ৰাঁচি, ভুৱনেশ্বৰ, চেন্নাই, থিৰুৱনন্তমপুৰম, মাডগাঁও, কেন্দ্ৰীয় মুম্বাই, আহমেদাবাদ 
আৰু জম্মু কাশ্মীৰক সংযোগ কৰিব ।এই ৰে'ল সমূহ দৈনিক চলাৰ লগতে, তালিকাত নথকা একাংশ সপ্তাহিকভাৱে,
 সপ্তাহত তিনিদিন, বা সপ্তাহত দুদিনকৈয়ো চলাচল কৰিব বুলি ৰে'লৱে মন্ত্ৰণালয়ে ঘোষণা কৰিছে ।

 ৰিক্সাৱালা প্ৰেম কাহিনী Assamese Romantic Love story


Main Topics of Kahini Tor :- 

                            মই এজন ৰিক্সাৱালা ।বিয়া কৰিছিলো আজিৰ পৰা এবছৰ আগতে মোৰ নিচিনা এগৰাকী দুখীয়া ঘৰৰ ছোৱালীক । বহুত অভাৱ হলেওঁ তাই সুন্দৰ কৰি সজাই লৈছিল মোৰ সংসাৰ । তাই মোক বহুত ভাল পায় ।মই যেতিয়া ৰিক্সা লৈ ঘৰলৈ উভতি আহো তাই মোৰ বাবে গা ধোৱা পানী উঠাই দিয়ে অৱশ্যে কেতিয়াবা মইয়ো তাইক দিওঁ ।অফুৰন্ত মিলাপ্ৰীতিৰে অতিবাহিত কৰো আমি আমাৰ এই সৰু সংসাৰ । আমাৰ ঘৰত কাৰেন্ট নাই খাবলৈ বহিলে তাই মোক বিছনীৰে বতাহ দিয়ে মই তাইক মৰমৰে এগৰাহ ভাত খোৱাই দিওঁ বহুত আনন্দিত হয় তাই । গৰমৰ দিনৰ ৰাতি দুয়ো দুয়োকে অদলে বদলি কৈ বতাহ দিওঁ আৰু আমাৰ সৰু ভবিষ্যত সজোৱাৰ আলোচনা কৰোঁ । মিঠা মিঠা আলোচনাৰে কেতিয়া শুই পৰোঁ গমেই নাপাওঁ । মোৰ ৰিক্সাত ডাঙৰ ডাঙৰ চাহাব বোৰ তেওলোকৰ স্ত্ৰীক লৈ উঠিলে তেওলোকে আলোচনা কৰা শুনিছিলো তেওলোকে প্ৰতি বছৰে বিয়াৰ দিনা কিবা অনুষ্ঠান না কিবা কৰে । যেতিয়া শুনিছিলো তেতিয়া মোৰো মন গৈছিল মোৰ স্ত্ৰীক নতুন মেখেলা চাদৰ এখন কিনি দিবলৈ কাৰন মইয়ো যে ভালপাওঁ মোৰ মৰমীয়াল স্ত্ৰী জনীক।অভাৱৰ সংসাৰ দি কাম কৰি দিন খাওঁ । সেয়হে এটা মাটিৰ বেংক কিনিছিলোঁ সদায় তাত দুই চাৰি টকা কৈ থৈ গৈছিলোঁ । আজি আমাৰ বিয়াৰ এবছৰ হল । আজি ৰাতিপুৱা ৰিক্সাখনলৈ ঘৰৰ পৰা ওলাওঁতে তাই যেতিয়া ৰান্ধনি ঘৰত তাইক নজনাকৈ মাটিৰ বেংকটো ভাঙিলোঁ চালোঁ তাত ৫২০ টকা জমা হৈছে এইখিনি পলিথিন এটাত ভৰাই ঘৰৰ পৰা ৰিক্সাখন লৈ ওলাওঁতে তাইক কলোঁ ৰাতি মোৰ ঘুৰি আহতে অলপ দেৰি হব বুলি । তাই মূৰ জোকাৰি কলে ঠিক আছে সাৱধানে থাকিবা । মই ৰিক্সাখনলৈ ওলাই পৰিলো গটেই দিন ৰিক্সা চলোৱাৰ পিছত সন্ধিয়া সাতটামান বজাত গলোঁ কাপোৰ মাৰ্কেটলৈ তাইৰ বাবে এখন মেখেলা কিনিবলৈ আজি ৰাতি তাইক দিম কাৰন আজি আমাৰ বিয়াৰ এবছৰ হব কাপোৰৰ যি হে দাম পচন্দ হয়! মোৰ লগত সিমান পইচা নাই আছে মাথো ৫২০ টকা । অবশেষত এজন দোকানীক সুধিলোঁ ভাই এইখনৰ দাম কিমান দোকানী ১২০০ টকা বুলি কলে মোৰ পইচা নাই তাত আৰু লোৱা নহল ওলাই পৰিলো মাৰ্কেটৰ বাহিৰত ফুটপাথৰ দোকান বোৰলৈ তাৰ পৰা দৰ দামেৰে ৫২০ টকা দি লৈ ললোঁ এখন মেখেলা । যাত্রা কৰিলোঁ ঘৰলৈ বুলি.. মনে মনে মাথো এটা প্ৰশ্ন জাগে যদি ফুটপাথৰ দোকান বোৰ নাথাকিল হয় আমাৰ দৰে দুখীয়া বোৰৰ কি হলে হয়। ভিতৰুৱা ভাৱে মই বহুত আনন্দিত বহুত দিনৰ পিছত তাইক কিবা এটা দিব পাৰিছো ভাবিলেই বুকুখন আনন্দত ভৰি উঠে । Assamese Romantic love story ৰাতি ভাত খোৱাৰ পিছত আমি শুই গলোঁ ।মই টুপনি অহাৰ ভাওঁ ধৰি শুই আছোঁ মনে মনে ব্যাকুল হৈ আছোঁ কেতিয়া মাজৰাতি হব মই তাইক মেখেলাখন দিম মনৰ ভিতৰত কল্পনা ভাহিছে যেতিয়া মই তাইক মেখেলাখন দিম তাই কিমান আনন্দিত হব ।ভাবি থাকোতে থাকোতে ৰাতি বাৰটা বাজিল মই তাইক জোগাই মেখেলাখন তাইৰ হাতত.... দি জান অ আজি আমাৰ বিয়াৰ প্ৰথম বিবাহ বাৰ্ষিকী আজি তাৰিখত তুমি মোৰ সৰু জুপুৰীটোত বিয়া হৈ আহিছিলা মোৰ তৰফৰ পৰা তোমালৈ এয়া সৰু এটি উপহাৰ । তাই মেখেলাখন বকুত সাবতি কান্দিবলৈ ধৰিলে চকুপানী বৈ আছে আনন্দত সৰযোৰে সাবটি ধৰিলে মোক । মই মৰমেৰে চুমা আঁকি দিলো কপালত । তাই মেখেলাখন লৈ বাকচটোত ভৰাই থবলৈ গল আৰু তাৰ পৰা কিবা এটা উলাই আছে মই উকি মাৰি মাৰি চাই আছোঁ তাই বাকচ বন্ধ কৰি মোৰ হাতত এটা চাৰ্ট দিলে ।মই অবাক হৈ গলোঁ.... তাইক প্ৰশ্ন কৰিলো তুমি চাৰ্টৰ বাবে পইচা কত পালা...? তাই কলে.... বহু দিনৰ পৰা সদায় সন্ধিয়াৰ ভাতৰ চাউলৰ পৰা এমুঠি এমুঠি কৈ চাউল থৈ গৈছিলোঁ সেইখিনি কালি ঘৰৰ ওচৰৰ নবৌৰ তাত বিক্রী কৰি সেইখিনি পইচাৰে চাৰ্টটো কিনিলো.... আপুনি আহোতেই দিম বুলি ভাবিছিলোঁ কিন্তু আপুনি শুই গল দিয়া নহল । মোৰ মূখেৰে একো মাত নোলাল অকল চাৰ্টটো ওলোটাই ওলোটাই চাই থাকিলোঁ.... চকুৰ পৰা অলপ অশ্রু বৈ আহিল । Assamese love story শুনিছিলো ডাঙৰ চাহাব বোৰ বিবাহবাৰ্ষীকত কেক কাটে.. তাই হাহিলে... পাগল.. আমাৰ ইমান টকা অাছে নেকি । আমাৰ ঘৰত মুড়ি আছে নে...? ও আছে....... লৈ আহা ..... হেৰি... লগতে মিঠা তেল, পিয়াজ, কেচাঁ জলকীয়া আনিবা.. তাই হাহিঁৰে কলে আনিছো ৰব.... ঘৰৰ চালৰ ফাকেঁদি চাঁন্দৰ পোহৰ আহিছে আমি দুয়ো দুয়োকে সাবটি মড়ী খাই খাই আমাৰ প্ৰথম বিবাহবাৰ্ষীক পালন কৰি আছোঁ । সৰু সৰু গিফ্ট আৰু অফুৰন্ত ভালপোৱাৰ লগত জীয়াই থাকক মোৰ দৰে ৰিক্সাওলাৰ জীৱন ।



প্ৰথম প্ৰেমৰ কাহিনী

গহীন গম্ভীৰ পৰিবেশ ৷ নিমাওমাও পৰিবেশে অৰ্ণৱৰ হিয়া খন আজুৰি নিব লৈছে ৷ যন্ত্ৰণাৰ উমান পাই বুকু খন উঠানমা কৰিছে তীব্ৰ গতিত ৷ বুকুৰ ভিতৰৰ ধানবনা শব্দ মাহীয়ে শুনা পাব বুলি বুকুখন জোৰকৈ ধৰিছে ৷ বৰ অসহায় আজি পৰিস্থিতিৰ ওচৰত অৰ্ণৱ ৷ নিজৰ মানসিকতাৰ ওপৰত ধিক্কাৰ জন্মিছে ৷ মাহীৰ প্ৰেম , মাহীৰ ত্যাগ,মাহীৰ মহানতাৰ সন্মুখত অৰ্ণৱ আজি তুচ্ছ ৷

গল্প :: য়ে, চিলচিলা হে প্যাৰ কা - A SHORT LOVE STORY ! 


“কি হ’ল দুদিন ধৰি মাত-বোল নাই ?” “ তুমি জানাই নহয় এয়াৰচেলে যে অন্তিম বিদায় লৈছে” “জিঅ’ ছিমখন কিনি দিছিলো নহয়, ক’ল এটাতো কৰিৱ পাৰা” “ইহ… মোৰেই গাত সকলো দোষ, কৈছিলো নহয় মই যোৱা সপ্তাহত জিঅ’ত ৩৯৯ ৰ ৰিচার্জ লাগে বুলি আৰু তেতিয়া তুমি আজি নহয় কালিলৈ বুলি কৈ আজিলৈকে ৰিচাৰ্জ কৰি দিয়াই নাই” “হ’ৱ বাৰু, বাইকত উঠা হাটখোলাত ৰিচার্জ কৰাই দিম” – এইবুলি ৰাঘৱে বাইকখনক চেল্ফ ষ্টার্ট দিলে । “ আজি বাৰু ক’লৈ যাম ?” – বাইকত উঠাৰ আগতে শ্মামালীনাই প্রশ্ন কৰিলে । ইয়াৰ লগে-লগে ১৮০ চি.চি. ৰ পালচাৰ বাইকে নিজ গতি ল’লে আৰু ৰাঘৱেই উত্তৰ দি কৈ গ’ল-





Post a Comment

0 Comments